মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ ক্ৰীড়া প্ৰাধিকৰণ, অসম

কোচিং

    পাঠ্যক্ৰম ১ – ফুটবল

    নিয়ম আৰু বিনিয়ম–

    ১। মাচুল(ক) মাহেকীয়া মাচুল১০০ টকা
    (খ) নামভৰ্তিৰ মাচুল১৫০ টকা (পৰিচয় পত্ৰসহ)/১০০টকা (নবীকৰণৰ বাবে)
    (গ) মুঠ ছমাহৰ অগ্ৰিম মাহেকীয়া মাচুল – নামভৰ্তিৰ সময়ত দিব লাগে
    (ঘ) নামভৰ্তিৰ প্ৰ-পত্ৰৰ মূল্য২০ টকা (প্ৰতিখনত)
    ২। সময়সূচী(ক) পুৱা৬ বজাৰ পৰা ৮ বজালৈকে
    (খ) আবেলি৩.৩০ ৰ পৰা ৫.৩০ বজালৈকে
    ৩। প্ৰশিক্ষাৰ্থীসকলক অভিভাৱকে সাক্ষাত্ কৰিবৰ বাবে চৌহদৰ ভিতৰত কেৱল মাত্ৰ এজন ব্যক্তিকহে অনুমতি প্ৰদান কৰা হয়।

    ঠিকনা – সৰুসজাই ক্ৰীড়া প্ৰকল্প, গুৱাহাটী,

    যোগাযোগৰ ঠিকনা – বুকিং আৰু বিশেষ যোগাযোগৰ বাবে-

    শ্ৰী বকুল কলিতা

    আৱাসিক বিষয়া (ফোন – ৯৮৬৪৬-৪৯৭৮৮)

    পাঠ্যক্ৰম ২ – বক্সিং

    নিয়ম আৰু বিনিয়ম–

    ১। মাচুল(ক) মাহেকীয়া মাচুল১০০ টকা
    (খ) নামভৰ্তিৰ মাচুল১৫০ টকা (পৰিচয় পত্ৰসহ)/১০০টকা (নবীকৰণৰ বাবে)
    (গ) মুঠ ছমাহৰ অগ্ৰিম মাহেকীয়া মাচুল নামভৰ্তিৰ সময়ত দিব লাগিব

    পাঠ্যক্ৰম ৩ – এথলেটিকছ

    পাঠ্যক্ৰম ৪ – ভলীবল

    পাঠ্যক্ৰম ৫ – বেডমিণ্টন

    নিয়ম আৰু বিনিয়ম–

    ১।এপ্ৰিল মাহত নামভৰ্তি খোলা হব। নামভৰ্তিৰ সয়ত বাৰ্ষিক মাছুলো লৈ লোৱা হব।
    ২।প্ৰতি দিনে ৪টাকৈ ছিফট থাকিব।
    (ক) বিনোদন বিষয়াকে ধৰি সকলোলৈকে ৬ বজাৰ পৰা ৮ বজালৈকে মুকলি
    (খ) আবেলি ৩.৩০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১৫ বছৰৰ অনুৰ্দ্ধৰ বাবে।
    (গ) সন্ধিয়া ৫ বজাৰ পৰা ৬.৩০ বজালৈ ১৯ বছৰৰ অনুৰ্দ্ধৰ বাবে।
    (ঘ) সন্ধিয়া ৬.৩০ বজাৰ পৰা ৮ বজালৈ জ্যেষ্ঠ সদস্য বাবে
    ৩।নামভৰ্তিৰ বাৰ্ষিক মাচুল-
    (ক) ১৫ বছৰ অনুৰ্দ্ধৰ বাবে বাৰ্ষিক মাচুল ২৫০০ টকা আৰু ছমাহৰ বাবে ১৫০০ টকা
    (খ) ১৯ বছৰৰ অনুৰ্দ্ধৰ বাবে ৩০০০ টকা বাৰ্ষিক মাচুল আৰু ১৭০০ টকা ছমাহৰ বাবে
    (গ) জ্যেষ্ঠ সদস্য (৩০ বছৰলৈকে) ৪২০০ টকা
    (ঘ) বিনোদন বিষয়াৰ ৬০০০ টকা বাৰ্ষিক মাচুল আৰু ৩৫০০ ছমাহৰ মাচুল
    ৪।প্ৰশিক্ষাৰ্থী সদস্যৰ ন্যূনতম বয়স ৬ বছৰ।
    ৫।গুৱাহাটীৰ নবীনচন্দ্ৰ বৰদলৈ এ.চি. ইনডৰ ষ্টেডিয়ামত প্ৰশিক্ষাৰ্থীসকলৰ প্ৰবেশৰ সময়ত প্ৰৱেশদ্বাৰত
    পৰিচয়পত্ৰদেখুওৱাটো বাধ্যতামূলক।
    ৬।খেলুৱৈসকলে উপযুক্ত আহিলাপাতিৰে তেওঁলোকৰ প্ৰশিক্ষকৰ নিৰ্দেশনা মনাটো বাধ্যতামূলক।
    ৭।কোনো পিতৃ-মাতৃ/অভিভাৱকক কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ এ.চি. ইনডৰ ষ্টেডিয়ামৰ ভিতৰত
    স্থায়ীভাৱেসোমাবলৈ দিয়া নহব।
    ৮।উপৰোক্ত নিৰ্দেশাৱলীৰ যিকোনো নিয়ম ভংগ কৰাজনৰ কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ এ.চি. ইনডৰ
    ষ্টেডিয়ামৰসদস্য পত্ৰ বাজেয়াপ্ত কৰা হব।
    ৯।নিম্নোক্ত স্বাক্ষৰকাৰীৰ হাতত ইনডৰ ষ্টেডিয়াম ব্যৱহাৰ কৰিবলৈ সম্পূৰ্ণ অধিকাৰ থাকিব।
    ১০।সদস্য হবলৈ বিচৰা ব্যক্তিয়ে ৫০ টকা নামভৰ্তি মাচুল হিচাপে দিব লাগিব।
    ১১।নিৰ্বাচিত আবেদনকাৰীয়ে পৰিচয়পত্ৰৰ বাবে পুনৰ ৫০ টকা ভৰিব লাগিব।
    ১২।প্ৰতিখন প্ৰপত্ৰৰ মূল্য ২০ টকা মাত্ৰ।

    ঠিকনা – সৰুসজাই ক্ৰীড়া প্ৰকল্প, গুৱাহাটী,

    যোগাযোগৰ ঠিকনা – বুকিং আৰু বিশেষ যোগাযোগৰ বাবে-

    শ্ৰী বকুল কলিতা

    আৱাসিক বিষয়া (ফোন – ৯৮৬৪৬-৪৯৭৮৮)

    পাঠ্যক্ৰম ৬ – হকী

    নিয়ম আৰু বিনিয়ম–

    ১। মাচুল(ক) মাহেকীয়া মাচুল১০০ টকা
    (খ) নামভৰ্তিৰ মাচুল১৫০ টকা (পৰিচয় পত্ৰসহ)/১০০টকা (নবীকৰণৰ বাবে)
    (গ) মুঠ ছমাহৰ অগ্ৰিম মাহেকীয়া মাচুল নামভৰ্তিৰ সময়ত দিব লাগিব
    (ঘ) নামভৰ্তিৰ প্ৰ-পত্ৰৰ মূল্য২০ টকা (প্ৰতিখনত)
    ২। সময়সূচী(ক) পুৱা৬ বজাৰ পৰা ৮ বজালৈকে
    (খ) আবেলি৩.৩০ ৰ পৰা ৫.৩০ বজালৈকে
    ৩। প্ৰশিক্ষাৰ্থীসকলক অভিভাৱকে সাক্ষাত্ কৰিবৰ বাবে চৌহদৰ ভিতৰত কেৱল মাত্ৰ এজন ব্যক্তিকহে অনুমতি প্ৰদান কৰা হয়।

    ঠিকনা – এম.এম.টি. হকী ষ্টেডিয়াম, গুৱাহাটী। 

    যোগাযোগৰ ঠিকনা – বুকিং আৰু বিশেষ যোগাযোগৰ বাবে-

    শ্ৰী বকুল কলিতা

    আৱাসিক বিষয়া (ফোন – ৯৮৬৪৬-৪৯৭৮৮)

    পাঠ্যক্ৰম ৭ – আৰ্চাৰী

    পাঠ্যক্ৰম ৮ – সাঁতোৰ

    অসম ক্ৰীড়া প্ৰাধিকৰণত (সাঁতোৰ প্ৰশিক্ষণ)ৰ নীতি আৰু বিনিয়ম-

    ড০ জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্সত বিভিন্ন শাখাৰ বাবে সময়সূচী-

    ১। পুৱা ৫.৩০ ৰ পৰা পুৱা ৬.১৫ বজালৈকে(মহিলা)

    ২। পুৱা ৬.৩০ ৰ পৰা পুৱা ৭.১৫ বজালৈকে(শিশু/স্কুলীয়া ছাত্ৰ-ছাত্ৰী)

    ৩। পুৱা ৭.২০ ৰ পৰা পুৱা ৮.০৫ বজালৈকে(মহাবিদ্যালয়ৰ ছাত্ৰ)

    ৪। আবেলি ৩.৩০ ৰ পৰা ৪.১৫ বজালৈকে(শিশু/স্কুল ছাত্ৰ)

    ৫। আবেলি ৪.২০ ৰ পৰা ৫.০৫ বজালৈকে(শিশু/স্কুল ছাত্ৰ)

    ৬। সন্ধিয়া ৫.১০ ৰ পৰা ৫.৫৫ বজালৈকে(শিশু/স্কুল ছাত্ৰ)

    ৭। সন্ধিয়া ৬.০০ ৰ পৰা ৭.০০ বজালৈকে(অৱসৰ বিনোদনৰ বাবে শিশু/স্কুলীয়া ছাত্ৰ-ছাত্ৰী)

    ৮। সন্ধিয়া ৭.০০ ৰ পৰা ৮.০০ বজালৈকে(অৱসৰ বিনোদনৰ বাবে সাঁতোৰ)

    সদস্য ভৰ্তিৰ মাচুল –

    ১। সদস্য ভৰ্তিৰ বাবে মূল্য ১০০ টকা।

    ২। নিৰ্বাচিত আবেদনকাৰীয়ে তেওঁলোকৰ পৰিচয়পত্ৰৰ বাবদ দিব লাগিব ১০০ টকা।

    তলত বৰ্ণোৱা ধৰণেৰে বিভিন্ন শিতানৰ সদস্য/সদস্যাৰ পৰা মাচুল লোৱা হব-

    ১। ১০ বছৰৰ তলৰ লৰা-ছোৱালীৰ ২০০০ টকা। ৫০০ টকা প্ৰতি মাহে- অস্থায়ী ছাত্ৰ-ছাত্ৰীৰ বাবে (অনুমতি সাপেক্ষে নিৰাপত্তা সৰুসজাই ক্ৰীড়া প্ৰকল্প, অসমৰ বাবে)

    ২। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ২৫০০ টকা, ৬০০ টকা প্ৰতি মাহে অস্থায়ী ছাত্ৰ-ছাত্ৰীৰ বাবে (অনুমতি সাপেক্ষে নিৰাপত্তা সৰুসজাই ক্ৰীড়া প্ৰকল্প, অসমৰ বাবে)

    ৩। কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ২৫০০ টকা। ৭০০ টকা প্ৰতি মাহে অস্থায়ী ছাত্ৰ-ছাত্ৰীৰ বাবে (অনুমতি সাপেক্ষে নিৰাপত্তা সৰুসজাই ক্ৰীড়া প্ৰকল্প, অসমৰ বাবে)

    ৪। বিনোদনকাৰী সাঁতোৰবিদক (প্ৰাপ্তবয়সৰ মাত্ৰ) ৫৫০০ টকা। কোনো ধৰণৰ প্ৰশিক্ষণ কৰ্তৃপক্ষৰ ফালৰ পৰা দিয়া নহয়।

    ৫। আগৰণুৱা সাঁতোৰবিদ, যিয়ে অসমক প্ৰতিনিধিত্ব কৰে যিকোনো ৰাষ্ট্ৰীয় জল প্ৰতিযোগিতাত পঞ্জীয়নৰ বাবে দিব লাগিব সাধাৰণভাৱে ৫০০ টকা । ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সাঁতোৰাসকলে নামভৰ্তি আৰু পৰিচয়-পত্ৰৰ মাছুল দিব লাগিব